মাইকেল জেকচন, মহাত্মা গান্ধীৰ সৈতে লণ্ডনত একেলগে থাকিব জুবিনৰ প্ৰতিমূৰ্তি। লণ্ডনৰ বিখ্যাত মেডাম তুছো সংগ্ৰহালয়ত জুবিনৰ প্ৰতিমূৰ্তি স্থাপনৰ যাত্ৰা সফল কৰিবলৈ এতিয়াই লিখক ✍️ #ZubeenGargStatueInMadameTussauds লণ্ডনৰ Madam Tushar Museumত স্থাপন কৰা হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ মমৰ প…